We use cookies to make your experience better. To comply with the new e-Privacy directive, we need to ask for your consent to set the cookies. Learn more.
Category1
-
Posted: November 19, 2024Categories: Category1
পাতনি
প্ৰত্যেক জাতিৰ আৰু প্ৰত্যেক দেশৰ সুকীয়া ভাষা থকাদি সুকীয়া সাধু-কথা (Folklore) আছে। ভাষা যেনেকৈ কোনো এটা জাতিৰ জাতীয় জীৱনৰ গুৰিৰ পৰা আত্মপ্ৰকাশ আৰু আত্ম-জীৱনচৰিত, পুৰণি সাধুকথাবোৰো সেইদৰে জাতীয় জীৱনৰ পুৰণি কালৰপৰা আত্মপ্ৰকাশ আৰু আত্ম-জীৱনচৰিত। কোনো এটা জাতিৰ ভিতৰুৱা শিক্ষিত-অশিক্ষিত, সভ্য-অসভ্য, জ্ঞানী-অজ্ঞানী সকলো মানুহৰে চৰণৰ ছাপ যেনেকৈ সেই জাতিৰ নিজা ভাষাত মচ নোখোৱাকৈ থাকি যায়, জাতীয় পুৰণিকলীয়া সাধুকথাবিলাকতো সেইদৰে সেই জাতিৰ ভিতৰুৱা সকলো শ্ৰেণীৰ মানুহৰ পুৰণি আচাৰ-ব্যৱহাৰ, ৰীতি-নীতি, চিন্তা-কল্পনা আদিৰ সাঁচ মচ নোখোৱাকৈ থাকি যায়। সেইদেখি মানুহৰ জাতীয়-জীৱনত অলিখিত পুৰণি বুৰঞ্জী জানিবৰ নিমিত্তে “ফাইল’লজি” (Philology) অর্থাৎ ভাষাতত্ত্ব আৰু “মাইথ’লজি” (Mythology) অৰ্থাৎ পুৰাণতত্ত্ব যেনেকুৱা লাগতিয়াল, ফকল’ৰ (Folklore) অৰ্থাৎ সাধুকথাতত্ত্বও
-
Posted: December 31, 2021Categories: Category1অসমত কেব আন্দোলন হোৱাৰ আগৰ কথা | হাইদ্ৰবাদৰ পুলিচে ধৰ্ষণৰ অভিযুক্তক ৰাতি ’এনকাউন্টাৰ’ কৰি মাৰিলে | সমগ্ৰ দেশতে উচ্ছাস, আনন্দ | মানুহে ’এনকাউন্টাৰ’ ৰ আনন্দত মিঠাই লৈকে বিতৰণ কৰাৰ বাতৰি আহি আছিল | মই সেই হত্যাৰ বিৰোধ কৰি ফেচবুকত লিখিছিলো যে, হিন্দী চিনেমাই গৌৰৱান্বিত কৰা ’এনকাউন্টাৰ’ বোলা অভিযুক্তক শাস্তি দিয়াৰ কোনো আইণগত প্ৰথা ভাৰতীয় দন্ডবিধিত নাই | ’এনকাউন্টাৰ’ বুলি যিমানেই হৰ্ষ উল্লাস কৰা নহওক কিয় আইণৰ দৃষ্টিত এয়া এক হত্যাকান্ড, পাৰিভাষিক শব্দত কবলৈ গলে Custodial Killing অথবা Extra Judicial Killing | আৰু এনকাউন্টাৰত জড়িত পুলিচ বিষয়াক যিমানেই মহিমামণ্ডিত কৰা নহওক কিয় তেওঁৰ বিৰুদ্ধে অৱধাৰিতভাৱে হত্যাৰ কেছ ৰুজু হব | মই এয়াও লিখিছিলো যে, পুলিছৰ কাম শাস্তি প্ৰদান কৰা নহয় | হিন্দি চিনেমাই ’থাৰ্ড ডিগ্ৰি’ আদি পুলিচে অভিযুক্তৰ ওপৰত কৰা শাৰিৰীক অত্যাচাৰক জনমানসত এক ধৰণৰ বৈধতা প্ৰদান কৰিছে যদিও এয়াও বে-আইনী | পুলিছৰ কাম অপৰাধৰ তদন্ত কৰি অভিযুক্তয়ে যে অপৰাধ কৰিছে তাৰ প্ৰমাণ ন্যায়ালয়ৰ আগত দাঙি ধৰা | সাংবিধানিক প্ৰজাতান্ত্ৰিক ভাৰতবৰ্ষত অপৰাধৰ শাস্তি প্ৰদান কৰাৰ অধিকাৰ একমাত্ৰ ন্যায়ালয়ৰ
-
Posted: November 30, 2021Categories: Category1
Welcome to Magento Blog by Magefan. This is your first post. Edit or delete it, then start blogging!

Posted: November 29, 2021Categories: Category1
Welcome to Magento Blog by Magefan. This is your first post. Edit or delete it, then start blogging!