We use cookies to make your experience better. To comply with the new e-Privacy directive, we need to ask for your consent to set the cookies. Learn more.
BURI AIR SADHU
by Lakshminath Bezbaroa
₹21.00
SKU
eBook_003
Overview
সাধুকথা দুবিধ আছে। এবিধ, মানুহক ঘাইকৈ নীতিশিক্ষা দিবৰ নিমিত্তে ৰচিত :- পঞ্চতন্ত্ৰ, হিতোপদেশ আৰু লা ফন্টেনৰ (La Fontion) সাধুবোৰ। আনবিধ, মানুহৰ কল্পনা শক্তিৰ বাঘজৰী ঢিলাই দি তাক চেকুৰিবলৈ এৰি দি ল'ৰা-ডেকা-বুঢ়া সকলোৰে মনত আনন্দ দিবলৈ ৰচিত, ঘাইকৈ ল'ৰাৰ মনত। কিন্তু গুৰিতে সাধুবোৰ যি উদ্দেশ্যেৰেই হওক, এতিয়া সেইবোৰৰ পৰা পণ্ডিতসকলে মনুষ্য জাতিৰ পুৰণি ইতিহাসৰ অমৃতস খীৰাই উলিয়াই তাৰে জ্ঞান-বিজ্ঞানক হৃষ্ট-পুষ্ট আৰু শকত কৰিছে, সি যি হওক, সেইবোৰ এতিয়া এই চুটি পাতনিত উলিয়াই আমি ইয়াক দীঘল কৰিব নোখোজো ৷
A collection of Assamese folklores by Sahityarathi Lakshminath Bezbaroa
Author name | Lakshminath Bezbaroa |
---|---|
Edition | 1st |
Rights Reserved | All Rights Reserved |
Book Type | eBook |
Book Language | Assamese |
Write Your Own Review