This is a Demo store, No Orders will be fullfilled

Shayaan Ayaan

Thank you.

Your report against Shayaan Ayaan has been submitted.

We will re-verify the seller Information and see if it violates any of our policy or selling guidelines.

About Us
মিষ্টাৰ জ’ন্‌ছে মুৰ্গী থকা কোঠালীটোৰ মূল দুৱাৰত ৰাতিটোৰ বাবে তলা লগালে যদিও অতিমাত্ৰা নিচাত থকাৰ বাবে তেওঁ ওলোৱা-সোমোৱা কৰিব পৰা সৰু সৰু ফুটাৰ দৰে বাটবোৰ ঢাকন দি বন্ধ কৰিবলৈ পাহৰি গ’ল৷ হাতত থকা লেমটোৰ পৰা ওলোৱা পোহৰৰ চকাটো এফালৰপৰা ইফাললৈ নচুৱাই ঢলং-পলংকৈ তেওঁ চোতালখন পাৰ হ’ল, পিছফালৰ দুৱাৰৰ ওচৰতে পিন্ধি থকা বুট জোতাযোৰ ভৰিৰে এছাৰ মাৰি আঁতৰালে, বাচন-বৰ্তন ৰখা আছুতীয়া ঠাইডোখৰত থকা বীয়েৰৰ পাত্ৰটোৰ পৰা শেষবাৰলৈ এগিলাচ বীয়েৰ লৈ খালে আৰু বিছনাখনলৈ আগুৱাই গ’ল৷ বিছনাত শ্ৰীমতী জ’নছ আগৰেপৰাই নাক বজাই শুই আছিল৷
0
Average Rating (0)
0% positive feedback
0
Average Price Rating (0)
5 Star ()
4 Star ()
3 Star ()
2 Star ()
1 Star ()
0
Average Value Rating (0)
5 Star ()
4 Star ()
3 Star ()
2 Star ()
1 Star ()
0
Average Quality Rating (0)
5 Star ()
4 Star ()
3 Star ()
2 Star ()
1 Star ()
WhatsApp Chat WhatsApp Chat