HRIDAYAR MANCHITRA

HRIDAYAR MANCHITRA

In stock

HRIDAYAR MANCHITRA

by Homen Borgohain

₹105.00
SKU
eBook_024
Overview

হোমেন বৰগোহাঞি দেৱৰ ‘হৃদয়ৰ মানচিত্ৰ’ কিতাপখন আজিৰ পৰা প্ৰায় ৩০/৩৫ বছৰ আগতে প্ৰকাশ পাইছিল৷ ইয়াৰ পিছত কিতাপখনৰ পুনঃ প্ৰকাশ সম্পৰ্কে তেনেকুৱা একো গম পোৱা নাযায়৷ যি নহওক, ‘হৃদয়ৰ মানচিত্ৰ’ কিতাপখন এজন হিতাকাংক্ষী বন্ধুৰ যোগেদি আমাৰ হাতলৈ আহে৷ কিতাপখনৰ আটাইকেইটা গল্প পঢ়ি আমাৰ ভাল লাগিল৷ বৰগোহাঞি দেৱৰ সাহিত্য জীৱনৰ প্ৰায় আদি কালচোৱাত লিখা সুদীৰ্ঘ ৩০/৩৫ বছৰ আগৰ আটাইকেইটা গল্প আছিল, তেখেতৰ আজিৰ লেখনিৰ দৰেই সমৃদ্ধ, সাৱলীল আৰু মনোগ্ৰাহী৷

HRIDAYAR MANCHITRA by Homen Borgohain

More Information
Author name Homen Borgohain
Edition 1st eBook - 2025
Rights Reserved All Rights Reserved
Book Type eBook
Book Language Assamese
Seller Assam Publishing Company
Allow On Facebook Shop No
Redirect to Product Page No
Write Your Own Review
You're reviewing:HRIDAYAR MANCHITRA
Your Rating

We found other products you might like!

  1. Sei Nodi Nirobodhi

    by Nirupama Borgahain

    ₹126.00
WhatsApp Chat WhatsApp Chat