JIVAJANTUR PAMKHON

JIVAJANTUR PAMKHON

In stock

JIVAJANTUR PAMKHON

by George Orwell

₹180.00
In stock
SKU
POD_004

Free Shipping Available

Overview

জৰ্জ অৰ্‌ৱেলৰ ‘নাইন্‌টিন এইটি ফ’ৰ’ নামৰ সুবৃহৎ উপন্যাসখনৰ পাছতেই আটাইতকৈ বিখ্যাত গ্ৰন্থ হ’ল তেওঁৰ ‘এনিমেল ফাৰ্ম’ নামৰ এই ক্ষুদ্ৰাকৃতিউপন্যাসখন৷ ইংলণ্ডত ১৯৪৫ চনত প্ৰথমবাৰ প্ৰকাশ হোৱাৰ পাছতেই ই সৰ্বত্ৰ একপ্ৰকাৰ আলোড়ন তুলিবলৈ সক্ষম হৈছিল৷

এই ৰূপকাত্মক উপন্যাসখনত সোমাই থকা ৰাজনৈতিক ব্যংগৰ সুক্ষ্ম, সংবেদনশীল ৰূপটোৱে পাঠকক তৎক্ষনাৎ মোহিত কৰে৷ উপন্যাসখনৰবিষয়বস্তু বিপ্লৱৰ পাছৰ ৰাছিয়াৰ সেই সময়ৰ শাসনৰ গাদীত থকা ষ্টেলিন আৰু তেওঁৰ প্ৰশাসনক লক্ষ্য কৰি ৰচিত ৰাজনৈতিক ব্যঙ্গৰ এক ৰূপ বুলিপ্ৰায়ভাগ লোকেই বিশ্বাস কৰে৷

উপন্যাসখনৰ ৰূপকাত্মক, ব্যতিক্ৰমধৰ্মী, সুক্ষ্ম ব্যংগ জড়িত উপস্থাপনে আমাকো বিশেষভাৱে চুই যোৱাত ইয়াৰ অনুবাদৰ কাম হাতত লোৱা হ’ল৷

A novel (Political allegory) written by George Orwell and translated to Assamese by Rajendra Sarmah
More Information
Author name George Orwell
ISBN NO 978-93-93114-10-5
Edition Assameses 1st
Rights Reserved All Rights Reserved
Book Type Paper Back
Book Language Assamese
Select Shipping Free Shipping
Allow On Facebook Shop No
Redirect to Product Page No
Write Your Own Review
You're reviewing:JIVAJANTUR PAMKHON
Your Rating
WhatsApp Chat WhatsApp Chat