We use cookies to make your experience better. To comply with the new e-Privacy directive, we need to ask for your consent to set the cookies. Learn more.
Matribhumi
by Santosh Kumar Karmakar
₹52.50
SKU
eBook_027
Overview
স্বদেশ আৰু স্বজাতিৰ প্ৰতি গভীৰ দায়বদ্ধতাৰ নামটোৱেই হল গোপীনাথ বৰদলৈ (১৮৯০-১৯৫০)৷ নিজৰ জীৱন কালতে লোকপ্ৰিয় অভিধাৰেসন্মানিত বৰদলৈদেৱলৈ পৰৱতী সময়ত দেশৰ সবোচ্চ সন্মান ভাৰত ৰত্ন (১৯৯৯) আগবঢ়ো হয়৷ জাতিৰ পিতা মহাত্মা গান্ধীৰ নেতৃত্বত সমগ্ৰ দেশেসাম্ৰাজ্যবাদী ব্ৰিটিছ শক্তিৰ বিৰুদ্ধে যুঁজ অহিংসাৰ পথেৰে স্বাধীনতা অৰ্জন কৰা যিসকল অক্লান্ত সৈনিকৰ নাম একেবাৰে আগৰশাৰীত থাকে, তেওঁলোকৰ ভিতৰত গোপীনাথ বৰদলৈ অন্যতম৷ গ্ৰুপিঙৰ বিৰুদ্ধে থিয় দি অসমক পাকিস্তানৰ অন্তৰ্ভুক্ত হবলৈ নিদিয়া মানুহজনেই আছিলগোপীনাথ বৰদলৈ৷ তেখেতৰ জীৱন আৰু সংগ্ৰামক সামৰি সন্তোষ কুমাৰ কৰ্মকাৰৰ এই উপন্যাসে অসমৰ সেই সময়ৰ জাতীয় জীৱনৰ বহুলিখিত-অলিখিত কাহিনী একবিংশ শতিকাৰ পঢ়ুৱৈৰ বাবে মনোগ্ৰাহীকৈ উপস্থাপন কৰিছে৷
A biographical novel on life & workes of late Bharat Ranta Gopinath Bordoloi, the first Chief Minister of Asssam & the legendary freedom fighter by Santosh Kumar Karmakar. Published by Sujata Singha Bordoloi on behalf of Saraswati Printers and Publishers Pvt.Ltd.,
| Author name | Santosh Kumar Karmakar |
|---|---|
| Edition | 1st (eBook_2025) |
| Rights Reserved | All Rights Reserved |
| Book Type | eBook |
| Book Language | Assamese |
Write Your Own Review