We use cookies to make your experience better. To comply with the new e-Privacy directive, we need to ask for your consent to set the cookies. Learn more.
Mukhyamantrir Diary - Part 1
by Himanta Biswa Sarma
₹20.00
SKU
eBook_1115
Overview
মুখ্যমন্ত্ৰীৰ দায়িত্ব লোৱাৰ এমাহ পূৰ্ণ হোৱা নাছিল৷ কাৰ্যালয়ত কোনোবা এটা সন্ধিয়া বিজেপিৰ এগৰাকী কাৰ্যকৰ্তা আৰু বৰ্তমানৰ সাংসদ শ্ৰীপৱিত্ৰমাৰ্ঘেৰিটাই মোক এক প্ৰস্তাৱ দিলে৷ পৱিত্ৰই মোক ক’লে, আপুনি দৈনন্দিন কাৰ্যসূচীসমূহ সন্নিৱিষ্ট কৰি প্ৰতিটো দিনৰ এখন ডায়েৰী লিখা আৰম্ভকৰক৷ গ্ৰন্থৰ আকাৰত ডায়েৰীখনৰ নাম হ’ব মুখ্যমন্ত্ৰীৰ ডায়েৰী৷
A Collection of daily written records of activities undertaken by Himanta Biswa Sarma in Assamese.
Author name | Himanta Biswa Sarma |
---|---|
Edition | 1st |
Rights Reserved | All Rights Reserved |
Book Type | eBook |
Book Language | Assamese |
Write Your Own Review