We use cookies to make your experience better. To comply with the new e-Privacy directive, we need to ask for your consent to set the cookies. Learn more.
Tazharul Haque
Recently Added Products
About Us
তাজহাৰুল হক লেখক হিচাপে অসমৰ পঢ়ুবৈ সমাজৰ পৰিচিত। বাতৰি কাকত আৰু আলোচনীত প্রকাশ পোৱা তেখেতৰ প্ৰবন্ধবোৰে পঢ়ুৱৈ সমাজৰ সমাদৰ বুটলিবলৈ সক্ষম হৈছে। সাম্প্ৰতিক কালৰ যিসকল তুলনামূলকভাবে কম বয়সীয়া বুদ্ধিজীৱীয়ে থলুৱা মুশ্লিম সমাজৰ মাজত প্রগতিশীল আধুনিক চিন্তা-চৰ্চাৰ বাটকটিয়াৰূপে পাঠক সমাজৰ দৃষ্টি আকৰ্ষণ কৰিছে, তাৰ ভিতৰত তাজহাৰুল হক এজন।
