Andorphin

Andorphin

In stock

Andorphin

by Pradip Kumar Dutta

₹52.50
SKU
eBook_022
Overview

'এণ্ডৰফিন্' শব্দটো আমি সৰ্বসাধৰণে সততে ব্যৱহাৰ নকৰোঁ যদিও ই চিকিৎসা বিজ্ঞানৰ অসামান্য আৰু আমাৰ প্ৰত্যেকৰে জীৱন যাত্ৰাত প্রভাৱ পেলোৱা গুৰুত্বপূৰ্ণ নাম। আমাৰ মগজুৱে সময় বুজি উৎপন্ন কৰা ই হৈছে আমাৰ মন আৰু শৰীৰৰ বাবে সবাতোকৈ গুৰুত্বপূৰ্ণ উপাদান; উদ্দীপক হৰমন। আমাৰ সতীর্থ বিজ্ঞান কর্মী শ্রীযুত প্রদীপ কুমাৰ দত্তদেৱে 'এণ্ডৰফিন্' নাম দি এই কিতাপখন ৰাইজলৈ আগবঢ়াই দিছে। নিতান্তই সহজ-সৰল বিশ্লেষণেৰে সৈতে সৰ্বসাধাৰণৰ বাবে ব্যৱহাৰিক বিজ্ঞানৰ এইখন যেন এখন হাতপুথি।

A collection of articles on health and science by Pradip Kumar Dutta
More Information
Author name Pradip Kumar Dutta
Edition eBook_1st
Rights Reserved All Rights Reserved
Book Type eBook
Book Language Assamese
Write Your Own Review
You're reviewing:Andorphin
Your Rating

We found other products you might like!

  1. Xurore Deulore Rupore Sikoli Singi

    by Anupama Borgohain

    ₹126.00
  2. Singhawalokan

    by Anupama Borgohain

    ₹105.00
  3. MONOR NIJANOT

    by Moousumee Bori

    ₹52.50
WhatsApp Chat WhatsApp Chat