Sarathi

Sarathi

In stock

Sarathi

by Satyanath Borah

₹21.00
SKU
eBook_018
Overview

১৯১৫ চনত প্ৰকাশ পোৱা ' সাৰথি ' অসমীয়া সাহিত্যৰ এক অক্ষয় কীৰ্তি। ইয়াত সন্নিবিষ্ট এখন নহয় এখন ৰচনা অসমৰ  প্ৰতিগৰাকী বিদ্যালয় পৰ্যায়ৰ ছাত্ৰ -ছাত্ৰীয়ে এবাৰ নহয় এবাৰ পঢ়িছে। এই ৰচনাসমূহৰ ভাৱ গভীৰ; তাত অতি শক্তিশালী আৰু সুদূৰ প্ৰসাৰী অৰ্থ লুকাই থাকে। সত্যনাথ বৰাই এইবোৰ ৰচনা ( essay) এক বিশেষ আৰ্হিৰ গদ্যৰূপে অসমীয়া ভাষাত প্ৰতিষ্ঠা কৰিব খুজিছিল। সাৰথিৰ প্ৰবন্ধ সমূহৰ নীতিগৰ্ভ উক্তি আৰু ব্যৱহাৰিক উপদেশব্যঞ্জক মন্তব্যই ছাত্ৰ - ছাত্ৰীসকলৰ চৰিত্ৰ গঠনত দীৰ্ঘদিন ধৰি প্ৰভাৱ পেলাই আহিছে। সাৰথিৰ প্ৰকাশৰ ১১০ বছৰৰ পাছতো ইয়াৰ ৰচনাসমূহৰ সৌন্দৰ্য্য তিলমানো হ্ৰাস পোৱা নাই।

'সাৰথি' অসমীয়া সাহিত্যৰ এক অক্ষয় কীৰ্তি। সাৰথিৰ প্ৰকাশৰ ১১০ বছৰৰ পাছতো ইয়াৰ ৰচনাসমূহৰ সৌন্দৰ্য্য তিলমানো হ্ৰাস পোৱা নাই।

More Information
Author name Satyanath Borah
Edition 1st (eBook)
Rights Reserved All Rights Reserved
Book Type eBook
Book Language Assamese
Write Your Own Review
You're reviewing:Sarathi
Your Rating

We found other products you might like!

  1. BURHI AAIR SADHU

    by Lakshminath Bezbaroa

    ₹21.00
WhatsApp Chat WhatsApp Chat