We use cookies to make your experience better. To comply with the new e-Privacy directive, we need to ask for your consent to set the cookies. Learn more.
NODEER XIPARE NEELAV
by Janardan Goswami
₹21.00
SKU
9723
Overview
‘নদীৰ সিপাৰে নীলাভ’ প্ৰথমবাৰ প্ৰকাশিত হৈছিল ২০১২ বৰ্ষত৷ দ্বিতীয় মুদ্ৰণ হয় ২০১৪ বৰ্ষত৷ ইয়াৰ পিছত দহ বছৰ পাৰ হৈ গ’ল৷ উৎসুক পাঠকৰ অনুৰোধত এয়া তৃতীয় সংস্কৰণ প্ৰকাশ কৰা হ’ল৷ কুৰি শতিকাৰ শেষৰ দুটা দশক৷অসমত অসমীয়া জাতীয়তাবাদে জন্ম দিয়া সেই বীভৎস দুঃসময়ৰ সাক্ষী আছিলো আমি [এই লেখক] আৰু আমাৰ প্ৰজন্ম৷ চৌপাশে নৰহত্যাৰ বিভীষিকা৷ অসমীয়াত্ব, বিপ্লৱ, জাতীয় মুক্তি আৰু স্বাধীনতাৰ নামত চলিছিল নৃশংস অত্যাচাৰ-হত্যালীলা৷ ইয়াৰ অনিবাৰ্য্য প্ৰতিক্ৰিয়াৰূপে নামি আহিছিল সৈন্যবাহিনী আৰু চোৰাংচোৱাৰ নিষ্ঠুৰ অভিযান৷ বলি হৈছিল অসংখ্য নিৰীহ জীৱন৷ এই গ্ৰন্থ সেই কৰুণ-অভিশপ্ত অধ্যায়ৰেই প্ৰতিফলন৷ বাস্তৱৰ আধাৰত ৰচনা কৰা এখন কাল্পনিক উপন্যাস৷ বৰ্তমানৰ আৰু অনাগত প্ৰজন্মই জানিব পাৰিব সেই বিপদসংকুল সময়ৰ সামাজিক পৰিৱেশ৷
An Assamese novelby Janardan Goswami
Author name | Janardan Goswami |
---|---|
Edition | 3rd |
Rights Reserved | All Rights Reserved |
Book Type | eBook |
Book Language | Assamese |
Write Your Own Review