O' HENRYR GALPA

O' HENRYR GALPA

In stock

O' HENRYR GALPA

by O' Henry translated by Sri Rajendra Sarmah

₹21.00
SKU
8902
Overview

ঊনবিংশ শতিকাৰ শেষভাগত আৰু কুৰি শতিকাৰ আৰম্ভণিত আজিৰ আধুনিক চুটি গল্পৰ ধাৰাটোৱে গা কৰি উঠে। ফ্ৰান্সত মোপাছা, ৰাছিয়াত চেখভ আৰু আমেৰিকাত অ' হেন্‌ৰী— এই তিনিজনক আধুনিক চুটি গল্পৰ বাটকটীয়া বুলি কোৱা হয়। বহুতে অ’ হেন্‌ৰীক‘আমেৰিকাৰ চেখভ’ আৰু ‘ইয়াংকি মোপাছা' বুলিও অভিহিত কৰিছে। ' হেন্‌ৰীৰ প্ৰকৃত নাম হ'ল ৱিলিয়াম চিড্‌নি পৰ্টাৰ।

A Collection of selected stories of O' Henry translated to Assamese by Sri Rajendra Sarmah
More Information
Author name O' Henry translated by Sri Rajendra Sarmah
Edition 1st
Rights Reserved All Rights Reserved
Book Type eBook
Book Language Assamese
Write Your Own Review
You're reviewing:O' HENRYR GALPA
Your Rating

We found other products you might like!

  1. JIVA JANTUR PAMKHON

    by George Orwell

    ₹21.00
WhatsApp Chat WhatsApp Chat