BIDAI MR. CHIPS

BIDAI MR. CHIPS

In stock

BIDAI MR. CHIPS

by James Hilton

₹31.50
SKU
eBook_017
Overview

ইংৰাজ লেখক, চলচিত্ৰৰ চিত্ৰনাট্যকাৰ জেম্‌ছ হিলটনৰ ‘গুডবাই মিষ্টাৰ চিপ্‌ছ’ নামৰ উপন্যাসখন ১৯৩৪ চনত প্ৰথম প্ৰকাশ পায়৷ ঊনবিংশ শতিকাৰ শেষভাগ আৰু কুৰি শতিকাৰ প্ৰথমভাগৰ ইংলণ্ডৰ পৰিৱেশক পৃষ্ঠভূমি হিচাপে লৈ সৃষ্টি কৰা এই গ্ৰন্থই প্ৰকাশৰ পাছতেই পাঠকৰ মাজত যথেষ্ট সমাদৰ লাভ কৰে আৰু ১৯৩৮ চনৰ ভিতৰত ই আমেৰিকা আৰু ইংলণ্ডত জনপ্ৰিয়তাৰ চূড়ান্ত শিখৰ পায়গৈ৷ ১৯৩৯ চনত প্ৰথমবাৰৰ বাবে আৰু ১৯৬৯ চনত দ্বিতীয়বাৰৰ বাবে একেটা নামেৰেই ইয়াক চলচিত্ৰৰ ৰূপ দিয়া হয় আৰু প্ৰতিবাৰেই এই চলচিত্ৰই দৰ্শকৰ অভূতপূৰ্ব সঁহাৰি লাভ কৰে৷ দুবাৰকৈ ইয়াক টেলিভিছনত কাহিনী চিত্ৰ হিচাপেও প্ৰদৰ্শিত কৰা হয়৷ এই গ্ৰন্থৰ অনেক নতুন নতুন সংস্কৰণ গোটেই বিশ্বজুৰি এতিয়াও ওলাই আছে আৰু পৃথিৱীৰ বিভিন্ন ভাষালৈ এই গ্ৰন্থৰ ইতিমধ্যেই অনুবাদ হৈছে৷

জেম্‌ছ হিলটনৰ প্ৰসিদ্ধ উপন্যাস ‘গুডবাই, মিষ্টাৰ চিপ্‌ছ’ৰ অসমীয়া অনুবাদ

More Information
Author name James Hilton
Edition 1st (eBook)
Rights Reserved All Rights Reserved
Book Type eBook
Book Language Assamese
Write Your Own Review
You're reviewing:BIDAI MR. CHIPS
Your Rating

We found other products you might like!

  1. MOMOR GALPA

    by W. Somerset Maugham

    ₹31.50
  2. O' HENRYR GALPA

    by O' Henry

    ₹31.50
  3. JIVAJANTUR PAMKHON

    by George Orwell

    ₹21.00
WhatsApp Chat WhatsApp Chat