O' HENRYR GALPA

O' HENRYR GALPA

In stock

O' HENRYR GALPA

by O' Henry

₹31.50
SKU
eBook_004
Overview

ঊনবিংশ শতিকাৰ শেষভাগত আৰু কুৰি শতিকাৰ আৰম্ভণিত আজিৰ আধুনিক চুটি গল্পৰ ধাৰাটোৱে গা কৰি উঠে। ফ্ৰান্সত মোপাছা, ৰাছিয়াত চেখভ আৰু আমেৰিকাত অ' হেন্‌ৰী— এই তিনিজনক আধুনিক চুটি গল্পৰ বাটকটীয়া বুলি কোৱা হয়। বহুতে অ’ হেন্‌ৰীক ‘আমেৰিকাৰ চেখভ’ আৰু ‘ইয়াংকি মোপাছা' বুলিও অভিহিত কৰিছে। অ' হেন্‌ৰীৰ প্ৰকৃত নাম হ'ল ৱিলিয়াম চিড্‌নি পৰ্টাৰ। আমেৰিকা যুক্তৰাষ্ট্ৰৰ নৰ্থ কেৰ'লিনাৰ গ্ৰীন্সবৰ নামৰ ঠাইত ১৮৬২ চনৰ ১১ ছেপ্টেম্বৰত তেওঁৰ জন্ম হয়। শিশুকালতে তিনিবছৰ বয়সত ক্ষয়ৰোগত মাতৃ বিয়োগ হোৱাৰ পিছত তেওঁৰ চিকিৎসক পিতৃ মদৰ গ্ৰাসত সোমাই পৰে আৰু ঘাইকৈ তেওঁৰ পেহীয়েকেই তেওঁক ডাঙৰ-দীঘল কৰে। ফলত পোন্ধৰ বছৰ বয়সতে পৰ্টাৰে স্কুলৰ পঢ়া সাং কৰি ঔষধৰ দোকান এখনত কৰ্মচাৰী হিচাপে সোমায় আৰু ঊনৈছ বছৰ বয়সতে তেওঁ এজন লাইচেন্স প্রাপ্ত ফাৰ্মাচিষ্ট হয়। এই দোকানত কাম কৰা কালতে বিভিন্ন গ্ৰাহকৰ ভাব-ভঙ্গি, চাল-চলন, আচাৰ- আচৰণ লক্ষ্য কৰি, তেওঁলোকৰ কথা-বতৰা, গল্প-গুজব শুনি পিছলৈ তেওঁ নিজৰ গল্পৰ চৰিত্ৰ সৃষ্টিৰ বাবে সমল পাইছিল বুলি জনা যায়।

A Collection of selected stories of O' Henry translated to Assamese by Sri Rajendra Sarmah
More Information
Author name O' Henry
Edition Assameses 1st
Rights Reserved All Rights Reserved
Book Type eBook
Book Language Assamese
Write Your Own Review
You're reviewing:O' HENRYR GALPA
Your Rating

We found other products you might like!

  1. BURHI AAIR SADHU

    by Lakshminath Bezbaroa

    ₹21.00
  2. Mukhyamantrir Diary - 1

    by Himanta Biswa Sarma

    ₹21.00
  3. Mur Tukabohir Pora - 1

    by Homen Borgohain

    ₹31.50
WhatsApp Chat WhatsApp Chat