MOMOR GALPA

MOMOR GALPA

In stock

MOMOR GALPA

by W. Somerset Maugham

₹31.50
SKU
eBook_003
Overview

উইলিয়াম ছমাৰ্‌ছেট মমৰ জন্ম হয় ১৮৭৪ চনৰ ২৫ জানুৱাৰী তাৰিখে পেৰিছত। ১৯২১ ৰ পৰা ১৯৩১ চনলৈকে দহ বছৰ কাল মমে পৃথিৱীৰ বিভিন্ন দেশ ভ্রমণ কৰে। এই সময়ছোৱাতে তেওঁ এজন প্রখ্যাত চুটি গল্প লেখক হিচাপেও স্বীকৃতি লাভ কৰে।মমৰ প্ৰায়ভাগ গল্পই চৰিত্ৰ প্ৰধানপ্ৰকৃততে চৰিত্ৰৰ বহুমুখী বিস্তৃতিয়েই মমৰ গল্পৰ প্ৰধান বৈশিষ্ট্য।গল্প, উপন্যাস, নাটক, প্রবন্ধ, ভ্রমণ-কাহিনী আদি সাহিত্যৰ প্ৰায় সকলো বিভাগতে সমান দক্ষতাৰে বিচৰণ কৰা বিশ্বসাহিত্যৰ স্বনামধন্য এইগৰাকী ব্যক্তিৰ ১৯৬৫ চনত দক্ষিণ ফ্ৰান্সৰ নিজ বাসভৱনত ৯১ বছৰ বয়সত মৃত্যু হয়।

A collection of selected stories of W. Somerset Maugham translated to Assamese by Rajendra Sarmah
More Information
Author name W. Somerset Maugham
Edition Assameses 1st
Rights Reserved All Rights Reserved
Book Type eBook
Book Language Assamese
Write Your Own Review
You're reviewing:MOMOR GALPA
Your Rating

We found other products you might like!

  1. BURHI AAIR SADHU

    by Lakshminath Bezbaroa

    ₹21.00
  2. Mur Tukabohir Pora - 2

    by Homen Borgohain

    ₹31.50
  3. Mur Tukabohir Pora - 1

    by Homen Borgohain

    ₹31.50
  4. Mukhyamantrir Diary - 1

    by Himanta Biswa Sarma

    ₹21.00
WhatsApp Chat WhatsApp Chat