We use cookies to make your experience better. To comply with the new e-Privacy directive, we need to ask for your consent to set the cookies. Learn more.
Bihoy Aaru Bisleson
by Abu Nasar Saied Ahmed
₹280.00
In stock
SKU
GEN_H_17
Free Shipping Available
Overview
বিষয় আৰু বিশ্লেষণ গ্ৰন্থখনত আবু নাছাৰ চাঈদ আহমদৰ ৩৯টা প্ৰবন্ধ সন্নিবিষ্ট কৰা হৈছে, লগতে কাৰ্ল মাৰ্ক্সে ভাৰতৰ সম্পৰ্কত ৰচনা কৰা দুটা তত্ত্বগধূৰ প্ৰবন্ধৰ অনুবাদ। এই প্ৰবন্ধবিলাকত বিভিন্ন গুৰুত্বপূৰ্ণ বিষয় উত্থাপিত হৈছে আৰু তাৰ লগতে নিৰ্মোহ বিশ্লেষণ আগবঢ়োৱা হৈছে। প্ৰতিটো প্ৰবন্ধ অধ্যয়ন আৰু গৱেষণৰ ভিত্তিত প্ৰস্তুত কৰা হৈছে। ইয়াত আঞ্চলিক, ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সংঘটিত হোৱা গুৰুত্বপূৰ্ণ ঘটনাৱলীৰ বিশদ বিৱৰণ আৰু পৰ্যালোচনা পোৱা যায়। এইবিলাক প্ৰবন্ধই স্নাতকোত্তৰ মহলাৰ ছাত্ৰ-ছাত্ৰী আৰু গৱেষকৰ বাবে মূল্যবান তথ্যৰ যোগান দিব বুলি আশা কৰা হৈছে।
বিষয় আৰু বিশ্লেষণ
| Author name | Abu Nasar Saied Ahmed |
|---|---|
| ISBN NO | 978-93-93114-22-8 |
| Edition | 1st Edition 2026 |
| Rights Reserved | All Rights Reserved |
| Book Type | Paper Back |
| Book Language | Assamese |
| Select Shipping | Free Shipping |
| Select Payment | Razorpay |
| Seller | Abu Nasar Saied Ahmed |
| Allow On Facebook Shop | No |
| Redirect to Product Page | No |
| Product Condition | New |
| Gender | Female |
| Google Product Category | Fiction |
| Brand | ondemandbooks |
Write Your Own Review