We use cookies to make your experience better. To comply with the new e-Privacy directive, we need to ask for your consent to set the cookies. Learn more.
Jalal Ud-din Rumi and Sufibad
by Abu Nasar Saied Ahmed
জালাল উদ-দিন ৰুমি (খ্ৰীষ্টাব্দ ১২০৭-১২৭৩) আছিল এগৰাকী ফাৰ্চী কবি, চুফী সাধক আৰু দাৰ্শনিক৷ জীৱন কালতে সকলোৱে জালাল উদ-দিনক জ্ঞানী ব্যক্তি (ৰুমি) বুলি সন্মান আৰু আদৰ কৰিছিল আৰু সেই সূত্ৰে তেওঁ ‘ৰুমি’ উপাধিৰে বিখ্যাত হৈ পৰিছিল৷ তেওঁৰ কবিতা আৰু দৰ্শনে আঠশ বছৰ পাৰ হৈ যোৱাৰ পাছতো বিশ্বৰ অগণন সাহিত্যপ্ৰেমী আৰু চুফী দৰ্শনৰ প্ৰতি অনুৰাগ থকা ব্যক্তিৰ হৃদয় জয় কৰি আহিছে৷ তাৰ প্ৰধান কাৰণ হৈছে যে তেওঁৰ দৰ্শন আৰু কবিতাই মানৱতাবাদ আৰু প্ৰেমৰ বাণীক জাতিষ্কাৰ কৰিছে যিটোৰ প্ৰাসংগিকতাৰ এক সাৰ্বজনীন আৰু লগতে সকলো যুগৰ বাবে অৰ্থপূৰ্ণ৷ এই কিতাপখনত তেওঁৰ জীৱনৰ উল্লেখযোগ্য ভালেখিনি কথাৰ উপৰিও তেওঁৰ জীৱনকালত হোৱা আন কিছুমান ঘটনাও সন্নিবিষ্ট কৰা হৈছে৷ কিতাপখনৰ শেষৰ পিনে তেওঁৰ কেইবাটাও কবিতাৰ মুকলি অনুবাদ তুলি দিয়া হৈছে৷
A Book on Persian Poet Jalal Ud-din Rumi by Abu Nasar Saied Ahmed.
Author name | Abu Nasar Saied Ahmed |
---|---|
Edition | 1st (eBook) |
Rights Reserved | All Rights Reserved |
Book Type | eBook |
Book Language | Assamese |