Jyotikona

Jyotikona

In stock

Jyotikona

by Nilmoni Phukan

₹21.00
SKU
eBook_013
Overview

নীলমণি ফুকন [১৮৮০-১৯৭৮] বিংশ শতিকাৰ অসমৰ এগৰাকী অগ্ৰণী স্বাধীনতা সংগ্ৰামী, কবি, নিবন্ধকাৰ আৰু সমাজ-সচেতন হিচাপে খ্যাতি লাভ কৰা স্বনামধন্য ব্যক্তি৷ আৰু এগৰাকী অসমীয়া কবি, জ্ঞানপীঠ বঁটা বিজয়ী নীলমণি ফুকনৰ সৈতে একে নাম হোৱাৰ কাৰণে জ্যেষ্ঠগৰাকীক ককা নীলমণি ফুকন বুলি কোৱা হয়৷ আমি চৰ্চা কৰিবলৈ বিচৰাগৰাকী নীলমণি ফুকন ১৮৮০ চনৰ ২২ জুনত ডিব্ৰুগড়ত জন্ম গ্ৰহণ কৰিছিল৷ তেখেতৰ পিতৃৰ নাম আছিল লম্বোধৰ ফুকন৷ তেখেতে ডিব্ৰুগড়ৰ নগৰৰ জৰ্জ স্কুলত শিক্ষা লাভ কৰিছিল৷ পাছত তেখেতে কটন কলেজত শিক্ষা গ্ৰহণ কৰিছিল৷ তাৰ পাছত তেখেতে কোচবিহাৰৰ ভিক্টৰীয়া কলেজত পঢ়ি কলিকতা বিশ্ববিদ্যালয়ৰ পৰা ১৯০৭ চনত বি.এ. পাছ কৰে৷ তেখেতে ওকালতি কৰাৰ ইচ্ছা কৰি আইন পঢ়িবলৈ আৰম্ভ কৰে যদিও সেই আশা সম্পূৰ্ণ নহ’ল৷ ভাৰতৰ স্বাধীনতা সংগ্ৰামত যোগদান কৰি কৰাবৰণ কৰিবলগীয়া হোৱাত তেখেতৰ উচ্চ শিক্ষা সিমানতে ইতি পৰে৷ আজন্ম কবি নীলমণি ফুকনে ১৪ খন কবিতা পুথি প্ৰকাশ কৰিছিল৷ ১৯৩৮ চনত প্ৰকাশ পোৱা জ্যোতি-কণা আছিল প্ৰথমখন কবিতাপুথি৷

Jyotikona by Nilmoni Phukan (1938)
More Information
Author name Nilmoni Phukan
Edition 1st eBook
Rights Reserved All Rights Reserved
Book Type eBook
Book Language Assamese
Write Your Own Review
You're reviewing:Jyotikona
Your Rating

We found other products you might like!

  1. Chekhovar Golpa

    by Anton Chekhov

    ₹31.50
  2. Mur Tukabohir Pora - 2

    by Homen Borgohain

    ₹31.50
WhatsApp Chat WhatsApp Chat