The Vegetarian

The Vegetarian

In stock

The Vegetarian

by Han Kang

Special Price ₹248.00 Regular Price ₹275.00
In stock
SKU
GEN_H_003

Free Shipping Available

Overview

২০২৪ বৰ্ষৰ সাহিত্যৰ ন'বেল বঁটা বিজয়ী হান কাংৰ "দ্য ভেজিটেৰিয়ান"। হান কাংৰ 'দ্য ভেজিটেৰিয়ান'ৰ আৰম্ভণি ঘটিছে এক নিৰৱ বিদ্রোহেৰে যি ক্রমান্বয়ে ব্যক্তিমনৰ ইচ্ছা আৰু সামাজিক নিষেধাজ্ঞাৰ মাজত আত্মসত্বাৰ এক ৰোমহর্ষক অন্বেষণত পৰিণত হয়। য়ং হ্যয়ে মঙহ খাবলৈ এৰি দিয়াটো আপাত দৃষ্টিত এক সহজ সিদ্ধান্ত হিচাপেই সূত্রপাট ঘটে যদিও ই শৰীৰ আৰু মনৰ সীমাবদ্ধতাক প্রত্যাহ্বান জনাই এক অতিবাস্তৱ যাত্ৰাৰ ৰূপ লয়। তীব্র সংবেদনশীল গদ্যভাষা আৰু পৰিৱৰ্তনমুখী দৃষ্টিভংগীৰ জৰিয়তে হান কাঙে সহজাত ঘৰুৱা জীৱনৰ পৃষ্ঠৰ তলত আত্মগোপন কৰি থকা নিৰৱ হিংসাৰ মর্মন্তুদ ছবি উন্মোচন কৰিছে, যিয়ে পাঠকক স্বতন্ত্রতা, উন্মাদনা আৰু মানুহ হোৱাৰ প্ৰকৃত অৰ্থৰ দৰে মহাজাগতিক প্ৰশ্নৰ মুখামুখি কৰি তোলে।

More Information
Author name Han Kang
ISBN NO 978-93-92305-81-8
Edition Sept 2025 (Assameses)
Rights Reserved All Rights Reserved
Book Type Paper Back
Book Language Assamese
Select Shipping Free Shipping
Select Payment Razorpay
Allow On Facebook Shop No
Redirect to Product Page No
Write Your Own Review
You're reviewing:The Vegetarian
Your Rating

We found other products you might like!

  1. Sale
    Sapiens

    by Yuval Noah Harari

    Special Price ₹518.00 Regular Price ₹575.00
  2. Sale
    BHUPEN HAZARIKA AS I KNEW HIM

    by KALPANA LAJMI

    Special Price ₹338.00 Regular Price ₹375.00
  3. Baish Gajar Jujaru

    by Diganta Oza

    ₹147.00
WhatsApp Chat WhatsApp Chat