We use cookies to make your experience better. To comply with the new e-Privacy directive, we need to ask for your consent to set the cookies. Learn more.
Hridayar Saki
by Banu Mushtaq
Free Shipping Available
২০২৫ বৰ্ষৰ আন্তঃৰাষ্ট্ৰীয় বুকাৰ বঁটা প্রাপ্ত “হার্ট লেম্প”ৰ অসমীয়া অনুবাদ হৃদয়-চাকি। হৃদয়-চাকি গল্প সংকলনৰ গল্পকেইটাৰ মূল বিষয় নাৰী আৰু নাৰীয়ে জীৱনৰ বিভিন্ন বয়সত ভোগ কৰা সমস্যা, তজ্জনিত ক্ষোভ, বেদনা পুৰুষ তথা সমাজ ব্যৱস্থাৰ প্ৰতি বিষোদগাৰ। ভাৰতীয় সমাজ বাস্তৱতাৰ ছবি লুকঢাক নকৰাকৈ, নাৰিকলৰ কঠিন কোৰোকাৰ দৰে বাক চাতুৰ্থৰ আশ্রয় নোলোৱাকৈ নাৰীৰ সঘন মাতৃত্বৰ কষ্ট বেদনা, নিৰাপত্তাহীনতা, পুৰুষৰ দায়িত্বহীনতা, ঔদাসিন্য, আপোন সন্তানৰ প্রতি নিস্পৃহতা, একাধিক বিবাহ, ধৰ্মৰ নামত শোষণ, ছলাহি কথাৰ ফুলজাৰি তথা এইবোৰৰ নীৰৱ সাক্ষী হিচাপে শিশুকো উপস্থাপন কৰি বাণু মুস্তাকে নিজৰ প্ৰতিবাদী আৰু বিপ্লৱী চেতনাৰ পৰিচয় দিছে। মনকৰিবলগীয়া কথা যে সঙ্কলনখনৰ প্ৰতিটো গল্পতে হৃদয় (Heart)ৰ প্ৰসঙ্গ উত্থাপিত হৈছে। সামাজিক, ধর্মীয় আৰু সাংসাৰিক নিয়মকানুনৰ অন্ধকাৰত নিমজ্জিত হৈ থকা নির্যাতিত নাৰী হৃদয়ৰ ক্ষোভ, দুখ, হাহাকাৰ প্ৰতিটো গল্পতে প্রকাশ পাইছে আৰু বাণু মুস্তাকে এগৰাকী মানৱীয় প্ৰকৃতিৰ বিস্ময়কৰ লেখক আৰু পৰ্যবেক্ষক হিচাপে শক্তিশালী ৰূপত আত্ম প্রকাশ কৰিছে।
| Author name | Banu Mushtaq |
|---|---|
| ISBN NO | 978-93-92305-80-1 |
| Edition | October 2025 (Assameses) |
| Rights Reserved | All Rights Reserved |
| Book Type | Paper Back |
| Book Language | Assamese |
| Select Shipping | Free Shipping |
| Select Payment | Razorpay |
| Allow On Facebook Shop | Yes |
| Redirect to Product Page | Yes |
| Product Condition | New |
| Gender | Unisex |
| Google Product Category | Fiction |
| Brand | ondemandbooks |