BHUPEN HAZARIKA AS I KNEW HIM

BHUPEN HAZARIKA AS I KNEW HIM

In stock

BHUPEN HAZARIKA AS I KNEW HIM

by KALPANA LAJMI

Special Price ₹338.00 Regular Price ₹375.00
In stock
SKU
GEN_H_002

Free Shipping Available

Overview

ভূপেন হাজৰিকা: এজ আই নিউ হিম কোনো নিৰস বিৱৰণ নহয়, ই এক অনন্য প্রেম কাহিনী। এই কাহিনীৰ এফালে আছে অবিস্মৰণীয় প্ৰতিভাৰ অধিকাৰী প্রবল অনুভূতিসম্পন্ন এগৰাকী প্রবাদ পুৰুষ, যিগৰাকীয়ে নিজৰ শিল্পীসত্ত্বাক সামাজিক পৰিৱৰ্তনৰ এক আহিলা হিচাপে ব্যৱহাৰ কৰিছিল। আনফালে এগৰাকী মহিলা, প্রবল নাৰীবাদী, যিগৰাকীয়ে সমাজৰ প্ৰচলিত মানদণ্ড আৰু নিয়মবোৰক প্রত্যাখ্যান কৰিছিল। তথাপি সেইগৰাকী নাৰীয়ে খামখেয়ালী অথচ অনন্য মানৱীয় সত্তাৰ অধিকাৰী ব্যক্তিজনাক আজীবন সংগ প্রদান কৰিছিল। তেখেতৰ জীবনযাত্রা শৃংখলিত কৰি সাংগীতিক যাত্রাক এক নতুন মাত্ৰা প্ৰদান কৰিছিল। কিন্তু তাৰ বাবে সেই গৰাকী নাৰীয়ে কেতিয়াও কোনো স্বীকৃতি লাভকৰা নাছিল।
কল্পনা লাজমীৰ এই ব্যতিক্রমী, আৱেগেৰে ভৰা আখ্যানত আমাৰ সকলোৰে প্ৰিয় কিংৱদন্তীৰ আঁৰৰ ব্যক্তি গৰাকীৰ এক অনাবিষ্কৃত আৰু অপৰিচিত ৰূপ উন্মোচিত হৈছে।

AN ASSAMESE TRANSLATION OF BHUPEN HAZARIKA AS I KNEW HIM.

More Information
Author name KALPANA LAJMI
Edition Assameses Edition 2024
Rights Reserved All Rights Reserved
Book Type Paper Back
Book Language Assamese
Select Shipping Free Shipping
Select Payment Razorpay
Allow On Facebook Shop Yes
Redirect to Product Page Yes
Product Condition New
Gender Female
Google Product Category Fiction
Brand ondemandbooks
Write Your Own Review
You're reviewing:BHUPEN HAZARIKA AS I KNEW HIM
Your Rating

We found other products you might like!

  1. Sale
    Sapiens

    by Yuval Noah Harari

    Special Price ₹518.00 Regular Price ₹575.00
  2. HRIDAYAR MANCHITRA

    by Homen Borgohain

    ₹105.00
  3. Sei Nodi Nirobodhi

    by Nirupama Borgahain

    ₹126.00
WhatsApp Chat WhatsApp Chat