' বুঢ়ী আইৰ সাধু' ৰ ই-সংস্কৰণ প্ৰসংগত
প্ৰখ্যাত ৰামায়ণী পণ্ডিত উপেন্দ্ৰ চন্দ্ৰ লেখাৰুৰ ভাষাত: " বুঢ়ী আইৰ সাধুখন অসমীয়া সাধু কথাৰ ভঁৰাল। " যোৱাটো শতিকাৰ ষাঠিৰ দশকত, অৰ্থাৎ বুঢ়ী আইৰ সাধুৰ প্ৰকাশৰ প্ৰায় পঞ্চাছ বছৰ পাছত লেখাৰুৱে লিখিছিল: " অতি সহজ সৰল ভাষাত লেখা এই সাধুবোৰ আজিও কৰা ছোৱালীৰ আগ্ৰহৰ বস্তু। " একবিংশ শতিকাৰ তৃতীয় দশকৰ মাজ ভাগতো (২০২৪) লেখাৰুৰ এই মন্তব্য সত্য হৈ ৰৈছে।
Read More