Ret samadhi

Ret samadhi

In stock

Ret samadhi

by Geetanjali Shree

Special Price ₹539.00 Regular Price ₹599.00
In stock
SKU
Ret samadhi

Free Shipping Available

Overview

২০২২ৰ ইন্টাৰনেশ্যনেল বুকাৰ বঁটা প্রাপ্ত ৰেত সমাধিৰ অসমীয়া অনুবাদ বালি-সমাধি

২০২২ৰ ইন্টাৰনেশ্যনেল বুকাৰ বঁটা প্রাপ্ত ৰেত সমাধিৰ অসমীয়া অনুবাদ বালি-সমাধি

উত্তৰ ভাৰতৰ এখন চহৰত এগৰাকী আশী বছৰীয়া নাৰী তেওঁৰ পতিৰ মৃত্যুৰ পাছত সুগভীৰ হতাশাত ডুব যায়, আৰু তাৰপাছত নতুন জীৱনৰ সন্ধানত পুনৰ উজ্জীৱিত হৈ উঠে। পৰম্পৰাৰ বাহিৰলৈ যোৱাৰ তেওঁৰ সংকল্পই - তৃতীয় লিংগৰ ব্যক্তি এগৰাকীৰ সৈতে বন্ধুত্ব গঢ়ি তোলাকে ধৰি- নিজকে দুয়োৰে মাজত বেছি আধুনিক বুলি ভবা তেওঁৰ বহেমিয়ান জীয়েকক বিমূঢ় কৰি তোলে। তেওঁৰ পৰিয়ালৰ সদস্যসকলক বিতত কৰি, মাই পাকিস্তান ভ্রমণ কৰিবলৈ জেদ ধৰে, তেওঁৰ যৌৱনৰ প্ৰাৰম্ভিক কালছোৱাৰ দেশ-বিভাজনৰ অভিজ্ঞতাৰ অমীমাংসিত মনঃপীড়াৰ মুখামুখি হ'বলৈ আৰু একেসময়তে, এগৰাকী মাক, এগৰাকী জীয়েক, এগৰাকী নাৰী, আৰু এগৰাকী নাৰীবাদী হিচাপে তেওঁৰ স্থিতিৰ পুনৰমূল্যায়ন কৰিবলৈ।

 
More Information
Author name Geetanjali Shree
ISBN NO 978-93-92305-64-1
Edition October 2025 (Assameses Edition)
Rights Reserved All Rights Reserved
Book Type Paper Back
Book Language Assamese
Select Shipping Free Shipping
Select Payment Razorpay
Allow On Facebook Shop Yes
Redirect to Product Page No
Product Condition New
Gender Unisex
Google Product Category Fiction
Brand ondemandbooks
Write Your Own Review
You're reviewing:Ret samadhi
Your Rating

We found other products you might like!

  1. Sale
    Sapiens

    by Yuval Noah Harari

    Special Price ₹518.00 Regular Price ₹575.00
  2. Sale
    BHUPEN HAZARIKA AS I KNEW HIM

    by KALPANA LAJMI

    Special Price ₹338.00 Regular Price ₹375.00
  3. Sale
    Hridayar Saki

    by Banu Mushtaq

    Special Price ₹315.00 Regular Price ₹350.00
WhatsApp Chat WhatsApp Chat