Scaling Mount UPSC: Inspiring Stories of Young IAS Officers

Scaling Mount UPSC: Inspiring Stories of Young IAS Officers

In stock

Scaling Mount UPSC: Inspiring Stories of Young IAS Officers

by Sajjan Singh Yadav

₹299.00
In stock
SKU
GEN_H_006

Free Shipping Available

Overview

লক্ষ্য আই এ এছ, সাতগৰাকী যুৱ আই এ এছ বিষয়াৰ প্ৰেৰণাদায়ক জীৱন কাহিনী।

আই এ এছ কেৱল এক জীৱিকা নিৰ্বাহৰ পথ নহয়; এয়া জাতি গঠনৰ আহ্বান, এই মহান দেশখনৰ জনসাধাৰণৰ সেৱা আৰু ৰূপান্তৰকাৰী পৰিৱৰ্তন সাধন কৰাৰ এক সুযোগ। অসামৰিক সেৱা পৰীক্ষাৰ কষ্টকৰ যাত্রা হাতত ল'বলৈ সাহস কৰা পৰীক্ষাৰ্থীসকল এক উমৈহতীয়া সপোনত বান্ধ খাই থাকে ভাৰতৰ উন্নয়নত অৰিহণা যোগোৱা আৰু আমাৰ দেশৰ ভবিষ্যৎ গঢ় দিয়া পৰিৱেশ তন্ত্ৰৰ অবিচ্ছেদ্য অংগ হৈ পৰা।
লক্ষ্য আই এ এছৰ প্রতিটো কাহিনীয়েই মানুহৰ আত্মিক শক্তিৰ প্রমাণ স্বৰূপ।
আর্থিক দুৰৱস্থা আৰু সামাজিক বাধা অতিক্ৰম কৰাৰ পৰা আৰম্ভ কৰি ব্যক্তিগত আৰাম আৰু বিফলতা সহি থকালৈকে এই কৃতিত্ব অর্জন কৰা যুৱক-যুৱতীসকলে আমাক দেখুৱাইছে যে গভীৰ অনুৰাগ আৰু দৃঢ়তাৰে চেষ্টা কৰিলে কোনো সপোনেই বাস্তৱত ৰূপায়ণ কৰা কঠিন নহয়। তেওঁলোকে আমাক সোঁৱৰাই দিয়ে যে সফলতাৰ অৰ্থ কেৱল পদবী এটা লাভকৰাই নহয়, বৰঞ্চ আহৰণ কৰা অভিজ্ঞতা আৰু প্ৰতিটো পতনৰ পাছত উত্থান ঘটাবলৈ প্রয়োজন হোৱা সাহসী যাত্ৰাৰ কথা। আমাৰ সাতগৰাকী নায়ক-নায়িকাৰ মনোমোহা জীৱন কাহিনী পঢ়ি পাঠকসকল নিশ্চিতভাৱে বিমোহিত হ'ব বুলি আমাৰ বিশ্বাস।
এই কাহিনীয়ে কেৱল লাখ লাখ আই এ এছ আৰু অন্যান্য অসামৰিক সেৱাৰ প্রত্যাশীক অনুপ্রাণিত কৰাই নহয়, চি এছ ইত সফলতা লাভৰ বাবে তেওঁলোকক মূল্যৱান পথ প্রদর্শনো কৰিব।

বিশ্বৰ অন্যতম কঠিন পৰীক্ষাত সফল হোৱাৰ প্রামাণিক কৌশলৰ সৈতে: লক্ষ্য আই এ এছ

সাতগৰাকী যুৱ আই এ এছ বিষয়াৰ প্ৰেৰণাদায়ক জীৱন কাহিনী।

 
 
More Information
Author name Sajjan Singh Yadav
ISBN NO 978-93-92305-72-6
Edition July 2025 (Assameses Edition)
Rights Reserved All Rights Reserved
Book Type Hardback
Book Language Assamese
Select Shipping Free Shipping
Select Payment Razorpay
Seller Assam Publishing Company
Allow On Facebook Shop No
Redirect to Product Page No
Product Condition New
Gender Female
Google Product Category Fiction
Brand ondemandbooks
Write Your Own Review
You're reviewing:Scaling Mount UPSC: Inspiring Stories of Young IAS Officers
Your Rating

We found other products you might like!

  1. Zubeen Gargor Gaan Aaru Kabitar Galpa

    by Neelim Akash Kashyap

    ₹250.00
  2. Sale
    Ret samadhi

    by Geetanjali Shree

    Special Price ₹539.00 Regular Price ₹599.00
  3. The Vegetarian

    by Han Kang

    ₹275.00
WhatsApp Chat WhatsApp Chat