We use cookies to make your experience better. To comply with the new e-Privacy directive, we need to ask for your consent to set the cookies. Learn more.
Asom-Brahmadesh: Somporko, Sanghat aru Manar Asom Abhijan
by Dr. Raktim Ranjan Saikia
Free Shipping Available
অসম আৰু ব্ৰহ্মদেশৰ মাজৰ সম্পৰ্কৰ ইতিহাস হাজাৰৰো বছৰৰো অধিক পুৰণি; কিন্তু এই সম্পর্কৰ উপৰি যিবোৰ ঘটনাই অসমৰ ইতিহাসৰ গতি চিনিব নোৱৰাকৈ সলনি কৰি দিছিল, সেই ঘটনাবোৰৰ ভিতৰত ব্রহ্মদেশীয়সকলৰ অসম আক্রমণো অন্যতম। এই আক্রমণৰ পৰিণতিতে অসমত মধ্য যুগৰ আনুষ্ঠানিক সমাপ্তি ঘটি ঔপনিবেশিক যুগ আবম্ভ হৈছিল। ব্রহ্মদেশৰ লগত এহাজাৰ বছৰীয়া সম্পর্কৰ লগতে আক্ৰমণটোৰ সকলো দিশ সামৰি ব্রহ্মদেশীয়, ব্রিটিছ আৰু অসমীয়া উৎসৰ পৰা নতুনকৈ আহৰণ কৰা তথ্যৰ সহায়ত অসম-ব্রহ্মদেশ: সম্পর্ক, সংঘাত আৰু মানৰ অসম অভিযান নামৰ গ্রন্থখন লিখি উলিওৱা হৈছে। ব্রহ্মদেশৰ অসম অভিযানৰ লগত সম্পর্কিত তদানীন্তন দক্ষিণ-পূৱ এছিয়াৰ ৰাজনীতি, জল-বায়বীয় কাৰক, আহোম ৰাজ্যৰ আভ্যন্তৰীণ ৰাজনীতি, সমৰনীতি, ব্রহ্মদেশীয় আমোলত অসমৰ অর্থনীতি আদি পূর্বে কেতিয়াও আলোচনা নোহোৱা বিষয় কিছুমানৰ উত্থাপন আৰু ব্যাখ্যাসমৃদ্ধ এই গ্রন্থখনিক বিশেষ দিশত স্বয়ংসম্পূর্ণ গবেষণা-গ্রন্থ বুলি আখ্যা দিব পাৰি।
Asom-Brahmadesh: Somporko, Sanghat aru Manar Asom Abhijan is a scholarly work by Dr. Raktim Ranjan Saikia that explores the historical connections, conflicts, and human expeditions between Assam and Burma (Myanmar).
| Author name | Dr. Raktim Ranjan Saikia |
|---|---|
| ISBN NO | 978-93-92305-96-2 |
| Edition | January 2026 |
| Rights Reserved | All Rights Reserved |
| Book Type | Hardback |
| Book Language | Assamese |
| Select Shipping | Free Shipping |
| Select Payment | Razorpay |
| Seller | Assam Publishing Company |
| Allow On Facebook Shop | No |
| Redirect to Product Page | No |
| Product Condition | New |
| Gender | Unisex |
| Google Product Category | Fiction |
| Brand | ondemandbooks |