Prithibiyei Mor Ghor

Prithibiyei Mor Ghor

In stock

Prithibiyei Mor Ghor

by Amartya Sen

Special Price ₹585.00 Regular Price ₹650.00
In stock
SKU
GEN_H_009

Free Shipping Available

Overview

"পৃথিৱীয়েই মোৰ ঘৰ" নবেল বঁটা বিজয়ী অমর্ত্য সেনৰ জীৱনৰ নানা অভিজ্ঞতাই কেনেকৈ অর্থনীতি, দর্শন, পৰিচিতি, গোষ্ঠী, দুর্ভিক্ষ, লিংগ বৈষম্য, সামাজিক চয়ন, যুক্তিপ্রয়োগ আৰু জনপৰিসৰত প্ৰকাশ্য আলোচনাৰ নিচিনা বিভিন্ন বিষয়ৰ প্ৰতি তেওঁৰ ধাৰণাসমূহক গঢ় দিছে- তাৰ এক অনন্য আৰু ব্যতিক্রমী দস্তাবেজ। ৰবীন্দ্ৰনাথ ঠাকুৰে প্ৰতিষ্ঠা কৰা শান্তিনিকেতনৰ স্কুলৰ মুকলিমূৰীয়া পৰিৱেশ, কলেজ জীৱনৰ কলকাতাৰ কফি হাউছৰ সজীৱ আড্ডা, এই সকলো কথাই তেওঁৰ চিন্তা-ভাৱনাৰ দিগন্ত প্ৰসাৰণত বৰ ডাঙৰ ভূমিকা পালন কৰিছিল। অমর্ত্য সেনৰ এই আত্মজীৱনীত পৰিস্ফুট হৈ উঠিছে জ্ঞানচৰ্চাৰ আনন্দ আৰু বন্ধুত্বৰ গুৰুত্বৰ কথা। তেওঁ অতীতৰ আৰু তেওঁৰ সমসাময়িক বহু মহান চিন্তাবিদক এই কিতাপখনৰ মাজেৰে আৱাহন কৰি আনিছে -তৃতীয় শতিকাৰ অশোক আৰু ষোল শতিকাৰ আকবৰৰ পৰা ডেভিড হিউম, আডাম স্মিথ, কার্ল ৰ্মাস্ক, জন মেইনার্ড কেইন্‌ছ, মৰিচ ডব, কেনেথ এৰো আৰু এৰিক হবছবমলৈ। সকলোৰে ঊৰ্ধত তেওঁ যিবোৰ দিশত জোৰ দিছে, সেইবোৰ হ'ল- আমাৰ চিন্তাক যিমানদূৰ পাৰি উদাৰ আৰু প্ৰসাৰিত কৰা, দেশকালৰ সীমা অতিক্রমি মানৱিক সহমর্মিতা আৰু সহবোধৰ অনুশীলন কৰা, আৰু সমগ্র পৃথিৱীখনকে নিজৰ ঘৰ বুলি ভবা।

An Assamese translation of Amartya Sen " HOME IN THE WORLD A MEMOIR " translated in Assamese by Kalyan Bhuyan

More Information
Author name Amartya Sen
Edition July 2025 (Assameses Edition)
Rights Reserved All Rights Reserved
Book Type Hardback
Book Language Assamese
Select Shipping Free Shipping
Select Payment Razorpay
Allow On Facebook Shop No
Redirect to Product Page No
Product Condition New
Gender Female
Google Product Category Fiction
Brand ondemandbooks
Write Your Own Review
You're reviewing:Prithibiyei Mor Ghor
Your Rating

We found other products you might like!

  1. Sale
    Ajit Barua Smarak Baktrita

    by Kushal Dutta

    Special Price ₹320.00 Regular Price ₹350.00
  2. Sale
    Scaling Mount UPSC: Inspiring Stories of Young IAS Officers

    by Sajjan Singh Yadav

    Special Price ₹269.00 Regular Price ₹299.00
  3. Sale
    Zubeen Gargor Gaan Aaru Kabitar Galpa

    by Neelim Akash Kashyap

    Special Price ₹225.00 Regular Price ₹250.00
  4. Sale
    Hridayar Saki

    by Banu Mushtaq

    Special Price ₹315.00 Regular Price ₹350.00
WhatsApp Chat WhatsApp Chat