We use cookies to make your experience better. To comply with the new e-Privacy directive, we need to ask for your consent to set the cookies. Learn more.
Fisha
by Pallavi Mahanta
Special Price
₹180.00
Regular Price
₹200.00
In stock
SKU
GEN_H_16
Free Shipping Available
Overview
ফিছা পল্লৱী মহন্তৰ প্ৰথমখন গল্প সংকলন। মুঠ বাৰটা গল্পৰ এই সংকলনটিৰ প্ৰতিটো গল্পই সাধাৰণতে চকুত নপৰা মানৱ মনৰ সূক্ষ্ম পৰ্যবেক্ষণ। সৰু সৰু বিষয়ক কেন্দ্ৰ কৰি আৱৰ্তিত সাধাৰণ মানুহৰ জীৱনচর্যা অসাধাৰণ ৰূপত পল্লৱী মহন্তৰ গল্পত ধৰা দিছে। জটিল বিষয় আৰু কাহিনীৰ সংৰচনাৰ সলনি সৰল কথনৰীতিৰ মাজেদি চৰিত্ৰৰ গভীৰ আৰু জটিল মনস্থিতিয়ে পাঠকক এক অনন্য জগতলৈ লৈ যায়, য'ত কাৰুণ্য আৰু বিষাদবোধত পাঠকৰ মন গধুৰহৈ উঠে।
Fisha, Collection of Assamese Short Stories by Pallavi Mahanta
| Author name | Pallavi Mahanta |
|---|---|
| ISBN NO | 978-93-92305-68-9 |
| Edition | January 2026 |
| Rights Reserved | All Rights Reserved |
| Book Type | Hardback |
| Book Language | Assamese |
| Select Shipping | Free Shipping |
| Select Payment | Razorpay |
| Seller | Assam Publishing Company |
| Allow On Facebook Shop | Yes |
| Redirect to Product Page | Yes |
| Product Condition | New |
| Gender | Unisex |
| Google Product Category | Fiction |
| Brand | ondemandbooks |
Write Your Own Review