We use cookies to make your experience better. To comply with the new e-Privacy directive, we need to ask for your consent to set the cookies. Learn more.
Roudra Neelima
by Edited by Homen Borgohain & Nanda Talukdar
Free Shipping Available
"সাহিত্যৰ অন্যান্য শাখাতকৈ চুটিগল্পত অসমীয়া সাহিত্য অপেক্ষাকৃতভাৱে চহকী বুলি আমি যি দাবী কৰোঁ সেই দাবীৰ ঘাই ভেটি হ'ল 'আৱাহন যুগ'ৰ বৈচিত্র্যমণ্ডিত চুটিগল্পবোৰ। 'আৱাহন যুগ'ৰ তথা অসমীয়া সাহিত্যৰ শ্ৰেষ্ঠ গল্পকাৰ বুলিলে আমি লক্ষ্মীধৰ শৰ্মা, হলীৰাম ডেকা, ৰমা দাশ, ত্রৈলোক্য নাথ গোস্বামী, কৃষ্ণ ভূঞা আদিকেই চিনি পাওঁ; সাহিত্যৰ সমালোচনা বা ইতিহাসতো কেৱল তেওঁলোকৰহে নাম পোৱা যায়। কিন্তু আৱাহনৰ পাতত অজস্র লেখকে ভুমুকি মাৰিছিল, এইসকলৰ ভিতৰত কেইবাজনেও কেইবাটাও অসাধাৰণ ভাল গল্প লিখা সত্ত্বেও আজি কোনেও তেওঁলোকৰ নাম নাজানে। এই সকলোবোৰ কথা চিন্তা কৰি বৰ্তমানৰ এই সংগ্রহটিত 'আৱাহন যুগ'ৰ চৈধ্যজন লেখকৰ চৈধ্যটি গল্প পাঠকসকললৈ আগবঢ়োৱা হৈছে।”
Roudra Neelima is a captivating compilation of Assamese short stories that showcases the rich literary heritage of Assam. This carefully curated collection features select works from the prestigious Awahan Magazine, edited by the renowned literary figures Homen Borgohain and Nanda Talukdar.
| Author name | Edited by Homen Borgohain & Nanda Talukdar |
|---|---|
| Edition | January 2026 |
| Rights Reserved | All Rights Reserved |
| Book Type | Hardback |
| Book Language | Assamese |
| Select Shipping | Free Shipping |
| Select Payment | Razorpay |
| Seller | Assam Publishing Company |
| Allow On Facebook Shop | No |
| Redirect to Product Page | No |
| Product Condition | New |
| Gender | Unisex |
| Google Product Category | Fiction |
| Brand | ondemandbooks |